Tuesday, November 18, 2025

জয় জুবিন দা

জীৱনৰ সকলোতে আপুনি
জীৱনৰ সফলতম মূহুৰ্তবোৰত আপুনি
জীৱনৰ ব্যৰ্থতম মূহুৰ্তবোৰত আপুনি
জীৱনৰ প্ৰেমময় মূহুৰ্তবোৰত আপুনি
জীৱনৰ বিৰহময় মূহুৰ্তবোৰত আপুনি
মিলনৰ মায়াত আপুনি, বিচ্ছেদৰ চকুলোত আপুনি

আপোনাৰ গানে জীয়াই ৰাখিছিল আৰু ৰাখিছে। আপুনি জীয়াই থাকিব সকলোৰে বুকুৰ ভিতৰত। 
আমাৰ বাবে প্ৰতিটো দিনেই আপোনাৰ জন্মদিন।









Saturday, October 25, 2025

We will miss you, Indravadan Sarabhai!



Rest in peace, Indravadan Sarabhai: Satish Shah. You elevated and redefined Indian comedy, making it a genuine pleasure. You made me and many others like me fall in love with comedy on Indian TV. "Sarabhai vs Sarabhai" will endure as the gold standard in Indian television. May your legacy live on!